ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা
- পূৰ্বতকৈ কিছু পিছুৱাব পাৰে ২০২০-২১ শিক্ষা বৰ্ষৰ মেট্ৰিক পৰীক্ষা।
- ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত নহয় মেট্ৰিক পৰীক্ষা।
- ক’ভিড-১৯ ৰ বাবেই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।
- ক’ভিড পৰিস্থিতিৰ বাবেই ৩০ শতাংশ হ্ৰাস কৰা হৈছে পাঠ্যক্ৰম।
- ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই সদৰি কৰে এই কথা।
- ছাত্ৰ-ছাত্ৰী সকলৰ অসুবিধা নোহোৱাকৈ নিৰ্দিষ্ট সময়তেই ফলাফল ঘোষণা কৰিব ছেবা কৰ্তৃপক্ষই।
- https://youtu.be/Oyk7r_I1C2c