Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অতি সংকটজনক

  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অতি সংকটজনক।
  • শ্বাস-প্ৰশ্বাসত অসুবিধা হোৱাৰ বাবে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।
  • দেওবাৰে নিশা ১০.৩০ বজাত জিএমচিএইচত ভৰ্তি কৰোৱা হয় ৮৫ বছৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক।
  • https://youtu.be/Q4s4wE7qm1Q
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেহতীয়া স্বাস্থ্য সন্দৰ্ভত জিএমচিএইচৰ অধ্যক্ষ ড০ অভিজিত শৰ্মাৰ মন্তব্যঃ