Logo
image

আতচবাজিৰ নিষেধাজ্ঞা ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ আনুষ্ঠানিক নিৰ্দেশনা

আমাৰ অসম, ১০ নৱেম্বৰঃ দীপাৱলীত আতচবাজিৰ নিষেধাজ্ঞা ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ আনুষ্ঠানিক নিৰ্দেশনা। গুৱাহাটী মহানগৰীত সম্পূৰ্ণৰূপে নিষিদ্ধ আতচবাজি। ফটকা নিষিদ্ধকৰণৰ এই নিৰ্দেশনাক লৈ সৃষ্টি হৈছে বিভ্ৰান্তিৰ। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিষেধাজ্ঞাৰ বিপৰীতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- দীপাৱলীত ফটকাত এইবাৰ কোনো বাধাই নাথাকে৷