Logo
image

উত্তৰ-পূব সেউজ সন্মিলন ২০২০ৰ পঞ্চম সংস্কৰণ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ১৬ নৱেম্বৰঃ উত্তৰ-পূব সেউজ সন্মিলন ২০২০ (North East Green Summit 2020) ৰ পঞ্চম সংস্কৰণ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আই আই টি গুৱাহাটীত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ড০ ৰাজদ্বীপ ৰয়ৰ লগতে অন্যান্য সন্মানীয় ব্যক্তিসকল।