Logo
image

মছলাৰ ৰজা মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান

আমাৰ অসম, ০৩ ডিচেম্বৰঃ মছলাৰ ৰজা মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান। ১৯২৩ চনৰ ২৭ মাৰ্চত শিয়ালকোটত (পাকিস্তান) জন্ম হৈছিল ৯৮ বছৰীয়া মছলাৰ ৰজা ৰূপে খ্যাত MDH মছলাৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় গুলাটীৰ। পদ্মভূষণ সন্মানেৰেও সন্মানিত হৈছিল মছলাৰ ব্যৱসায়ী গুলাটী।