Logo
image

চন্দ্ৰ মুদৈৰ ছবিলৈ টকিঅ’ ফিল্ম এৱাৰ্ড

আমাৰ অসম, ৬ জুলাইঃ বিশিষ্ট কথাছবি পৰিচালক চন্দ্ৰ মুদৈৰ বহুকেইখন ছবিয়ে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি ইতিমধ্যে বটা-বাহন লাভ কৰিছে৷ নেক্স ষ্টুডিঅ’ৰ প্ৰযোজনাত নিৰ্মিত চন্দ্ৰ মুদৈ পৰিচালিত go-goi ছবিখনে টকিঅ’ ফিল্ম এৱাৰ্ডত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে৷ ছবিখনে এই সন্মান অৰ্জন কৰাত চলচ্ছিত্ৰ শিল্পী সমাজৰ মাজত আনন্দৰ জোৱাৰ উঠিছে৷