Logo
image

সদনৰ মজিয়াত বিটিআৰ পৰিষদৰ CEM নিৰ্বাচনৰ নিৰ্দেশ

আমাৰ অসম, ২২ ডিচেম্বৰঃ ২৬ ডিচেম্বৰৰ পূৰ্বে শক্তি পৰীক্ষাৰ সন্মুখীন হ’ব লাগিব বিটিচিৰ বিজেপি-ইউপিপিএল-জিএছপি মৰ্চাই৷ সদনৰ মজিয়াত বিটিআৰ পৰিষদৰ CEM নিৰ্বাচনৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷