Logo
image

ৰাশিফলত আজিৰ দিনটো

১৮ কাতি, শনিবাৰ, ৫ নৱেম্বৰ, ১০ ৰবি-চানি 

তিথি: শুক্লা দ্বাদশী, নক্ষত্ৰ: উত্তৰভাদ্ৰপদ

🔲 মেষ: উন্নত চিন্তা ভাৱনা৷ মনত আনন্দ৷  

🔲বৃষ: নতুন প্ৰেৰণা লাভ৷ বিবাহৰ আলোচনা৷  

🔲  মিথুন: সামাজিক ব্যস্ততা৷  

🔲কৰ্কট: ক্ৰীড়াত শুভ৷   

🔲 সিংহ: ৰাজনীতিত সাৱধান হ’ব৷ ঘৰুৱা চিন্তা৷  

🔲 কন্যা: পাৰদৰ্শী ব্যক্তি৷ শিক্ষাৰ্থীৰ শুভ৷  

🔲 তুলা: শুভ বুদ্ধি উদয়৷ ঘৰুৱা অশান্তি৷

🔲 বৃৃশ্চিক: সমস্যাৰ উদ্ভৱ৷ বিবাহৰ আলোচনা৷   

🔲  ধনু: আপোনজনৰ ওচৰত৷ ক্ৰীড়াত শুভ৷ 

🔲মকৰ: ভাৱমূৰ্তি উন্নত৷ সম্পত্তি লাভ৷   

🔲 কুম্ভ: সংযমী মনোভাৱ৷ প্ৰেমত শুভ৷   

🔲 মীন: শুভ কাৰ্যানুষ্ঠান৷ মাতৃৰ বাবে চিন্তা৷