Logo
image

ৰাশিফলত আজিৰ দিনটো

২০ কাতি, সোমবাৰ, জ্জ নৱেম্বৰ, ১২ ৰবি-চানি 

তিথিঃ শুক্লা চতুৰ্দশী, নক্ষত্ৰঃ অশ্বিনী



🔲 মেষঃ মনত আনন্দ৷ প্ৰেমত শুভ৷

🔲 বৃষঃব্যৱসায়ত উন্নতি৷ ঘৰুৱা সমস্যা সমাধান৷

🔲 মিথুনঃ দাম্পত্য সুখ৷ হাতলৈ ধন আহিব৷

🔲 কৰ্কটঃ সন্মান লাভ৷ দুৰ ভ্ৰমণ৷

🔲 সিংহঃ ব্যস্ততা বাঢ়িব৷ সাহিত্য সেৱা৷

🔲 কন্যাঃ উৎসৱত অংশগ্ৰহণ৷ শিক্ষাৰ্থীৰ শুভ৷

🔲 তুলাঃ চাকৰি লাভ৷ মাতৃৰ চিন্তা৷

🔲 বৃৃশ্চিকঃ সঞ্চয় মনোভাৱ৷ পঢ়া-শুনাত শুভ৷

🔲  ধনুঃ খৰচ বৃদ্ধি৷ প্ৰেমত যোগাযোগ৷

🔲 মকৰঃ ঘৰুৱা সুখ৷ দ্ৰব্য লাভ৷

🔲 কুম্ভঃ জ্ঞান বৃদ্ধ৷ ভাতৃৰ বাবে চিন্তা৷

🔲 মীনঃ ভ্ৰমণ সফল৷ সন্তানৰ শুভ৷