Logo
image

ৰাশিফলত আজিৰ দিনটো

২১ কাতি, মঙলবাৰ, ৮ নৱেম্বৰ, ১৩ ৰবি-চানি 

তিথিঃ পূৰ্ণিমা, নক্ষত্ৰঃ ভৰনী


🔲 মেষঃ উৎসৱত অংশগ্ৰহণ৷ ক্ৰীড়াত শুভ৷

🔲 বৃষঃ প্ৰেমত আনন্দ৷ সামাজিক কামত ব্যস্ত৷ 

🔲 মিথুনঃ নতুন ব্যৱসায়৷ বিবাহৰ আলোচনা৷

🔲 কৰ্কটঃ সুন্দৰ পৰিৱেশ৷ ভ্ৰাতৃৰ বাবে চিন্তা৷

🔲 সিংহঃ সৰ্বকাৰ্য বৃদ্ধি৷ ঘৰুৱা চিন্তা৷

🔲 কন্যাঃ শুভ কাৰ্যানুষ্ঠান৷ প্ৰেমত শুভ৷

🔲 তুলাঃ ৰাইজৰ লগত৷ সন্তানৰ শুভ৷

🔲 বৃৃশ্চিকঃ ব্যস্ততা বৃদ্ধি৷ ভ্ৰমণত শুভ৷

🔲  ধনুঃ মনত এলাহ ভাব৷ সামাজিক কামত ব্যস্ত৷

🔲 মকৰঃ আপোনজন ওচৰতে৷ মাতৃৰ বাবে চিন্তা৷

🔲 কুম্ভঃ শিক্ষকৰ সুনাম৷ ধন ব্যয়৷

🔲 মীনঃ খেতিয়কৰ দুখ৷ বিবাহৰ আলোচনা৷