Logo
image

ৰাশিফলত আজিৰ দিনটো

২২ কাতি, বুধবাৰ, ৯ নৱেম্বৰ, ১৪ ৰবি-চানি 

তিথিঃ কৃষ্ণা প্ৰতিপদ, নক্ষত্ৰঃ কৃত্তিকা


🔲 মেষঃ সন্তানৰ পৰা আনন্দ৷ সামাজিক কামত ব্যস্ত৷

🔲 বৃষঃ নতুনত্ব আহিব৷ ঘৰুৱা চিন্তা৷

🔲 মিথুনঃ মাতৃৰ কষ্ট৷ ধন লাভ৷

🔲 কৰ্কটঃ কৰ্তব্যত আনন্দ৷ ঘৰুৱা চিন্তা৷

🔲 সিংহঃ চোৰৰ ভয়৷ মনত আনন্দ৷

🔲 কন্যাঃ আত্মীয় আগমন৷ খেতিয়কৰ দুখ৷

🔲 তুলাঃ ঘৰুৱা সম্পদ বৃদ্ধি৷ ক্ৰীড়াত শুভ৷

🔲 বৃৃশ্চিকঃ শত্ৰুৰ দ্বাৰা ক্ষতি৷ বিদ্যাত শুভ৷

🔲 ধনুঃ সুখ্যাতি লাভ৷ ক্ৰীড়াত শুভ৷

🔲 মকৰঃ গা দুৰ্বল৷ ভ্ৰমণত শুভ৷

🔲 কুম্ভঃ ছোৱালীৰ নতুন প্ৰেম৷ 

🔲 মীনঃ বিদ্যাৰ্থীৰ সফল৷ মাতৃ আনন্দ৷