Logo
image

ৰাশিফলত আজিৰ দিনটো

২৩ কাতি, বৃহস্পতিবাৰ, ১০ নৱেম্বৰ, ১৫ ৰবি-চানি 

তিথিঃ কৃষ্ণা দ্বিতীয়া, নক্ষত্ৰঃ ৰোহিনী

🔲মেষঃ নতুন কৰ্মৰ যোগ৷ চিন্তা কমিব৷

🔲বৃষঃ প্ৰেমত বিচ্ছেদ৷ বাধা আঁতৰিব৷

🔲মিথুনঃ সম্পদ লাভ৷ পিতৃৰ শুভ৷

🔲কৰ্কটঃ আনৰ সহায়৷  আৰ্থিক মধ্যম৷

🔲সিংহঃ ৰাজ সাহাৰ্য৷ শিক্ষাৰ্থীৰ সফলতা৷

🔲কন্যাঃ ৰাজনীতিত সুনাম৷ পিতৃ-মাতৃৰ সুখবৰ৷

🔲তুলাঃ গৃহ নিৰ্মাণ৷ পাৰিবাৰিক উন্নতি৷

🔲বৃৃশ্চিকঃ প্ৰেমত আনন্দ৷ সন্তানৰ প্ৰতি চিন্তা৷

🔲ধনুঃ অত্যাধিক পৰিশ্ৰম৷ প্ৰতিযোগিতাত সফলতা৷

🔲মকৰঃ সাহস বৃদ্ধি৷ মানসিক শান্তি৷

🔲 কুম্ভঃ শিল্পীৰ সুনাম৷ মাতৃৰ শুভ৷

🔲 মীনঃ কাম সিদ্ধি৷ সন্তানৰ শুভ৷