ৰাশিফলত আজিৰ দিনটো
২৯ কাতি, বুধবাৰ, ১৬ নৱেম্বৰ, ২১ ৰবি-চানি
তিথিঃ কৃষ্ণা অষ্টমী, নক্ষত্ৰঃ অশ্লেষা
🔲মেষঃউৎসৱত আনন্দ৷ মাতৃৰ বাবে চিন্তা৷
🔲বৃষঃ বিবাহৰ আলোচনা৷ ঘৰুৱা চিন্তা৷
🔲মিথুনঃ লিখা পঢ়াত ব্যস্ত৷ চোৰৰ ভয়৷
🔲কৰ্কটঃ ভুল বুজাবুজি৷ সামাজিক কামত ব্যস্ত৷
🔲সিংহঃ ভাবি থকা কাম সিদ্ধি৷ প্ৰেমত শুভ৷
🔲কন্যাঃ আত্মীয়ৰ বিৰোধ৷ মাতৃৰ বাবে চিন্তা৷
🔲তুলাঃ আনৰ প্ৰিয় পাত্ৰ৷ ক্ৰীড়াত শুভ৷
🔲বৃৃশ্চিকঃ প্ৰেমত আনন্দ৷ চোৰৰ ভয়৷
🔲ধনুঃ উকীলৰ সুনাম৷ ঘৰুৱা চিন্তা৷
🔲মকৰঃ যান-বাহনত কষ্ট৷ মাতৃৰ বাবে চিন্তা৷
🔲কুম্ভঃ কৰ্মস্থানত মজলীয়া৷ সামাজিক কামত ব্যস্ত৷
🔲মীনঃ খেতিয়কৰ কষ্ট৷ ধন ব্যয়৷