আনুষ্ঠানিকভাৱে গেৰুৱা বসন অজন্তা ৰাজদ্বীপৰ
আমাৰ অসম, ২৮ ডিচেম্বৰঃ মংগলবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধিব সদ্য় বহিস্কৃত একালৰ কংগ্ৰেছৰ অন্যতম জ্যেষ্ঠ নেত্ৰী অজন্তা নেওঁগ আৰু বিধায়ক ৰাজদ্বীপ গোৱালাই। ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত মংগলবাৰে পুৱা ১১ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসৰ উপস্থিতিত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব অজন্তা নেওঁগ আৰু ৰাজদ্বীপ গোৱালাই।