Logo
image

দেশজোৰা আইন অমান্য আন্দোলন

আমাৰ অসম, ৭ জানুৱাৰীঃ কৃষক বিৰোধী কৃষি আইন বাতিল আৰু শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ বন্ধ কৰাৰ দাবীৰে দেশজোৰা আইন অমান্য আন্দোলন কাৰ্য্যসূচী চিআইটিইউ, এচএফআই, ডিৱাইএফআই, এআইকেএচ, এআইডিডব্লিউএৰ। বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱতো সাৱস্থ্য কৰা হয় এই প্ৰতিবাদ।