Logo
image

নিৰ্মলাৰ বাজেট বৃত্তান্ত

  • ব্যক্তিগত আয়কৰ গাঁথনি অপৰিৱৰ্তিত
  • ৭৫ বছৰৰ ঊধবৰ্ৰ লোকে আয়কৰ দিব নালাগে
  • স্বচ্ছ ভাৰত অভিযানৰ বাবে ১,৪১,০০০কোটি টকা
  • পৰিৱেশ ৰক্ষাৰ বাবে ২,০০০কোটি টকা আৱণ্টন
  • বন্দৰ ব্যৱস্থাপনা আৰু বিদ্যুৎ সৰবৰাহ বণ্টনৰ দায়িত্ব পাব বেচৰকাৰী কোম্পানীয়ে
  • মুকলি বজাৰত বিক্ৰী হ’ব ভাৰতীয় জীৱন বীমা নিগমৰ শ্বেয়াৰ
  • চৰকাৰী বেংক পুনৰুজ্জীৱিতকৰণৰ বাবে ২০হোজাৰ কোটি টকা