Logo
image

২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰীৰ দাম বাঢ়িল, কি কি সামগ্ৰীৰ দাম কমিল

  • দাম বাঢ়িলঃ স্মাৰ্টফোন, পাৱাৰ বেংক, ছ’লাৰ লাইট, এল ই ডি বাল্ব, ৰেফ্ৰিজাৰেটৰ, সুৰা, এয়াৰ কণ্ডিশ্যনাৰ, আমদানিকৃত কম্প্ৰেছৰ, গাড়ীৰ যন্ত্ৰাংশ।
  • দাম কমিলঃ লোহাৰ ৰড, নাইলনৰ কাপোৰ, তীখা, তামৰ সামগ্ৰী, বীমা, এলয় ষ্টীল, নন এলয় ষ্টীল।