Logo
image

পশ্চিমবংগত লকডাউন ঘোষণা

◾পশ্চিমবংগত বৰ্ধিত ক'ভিড সংক্ৰমণৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰখনৰ।

◾বিধানসভা নিৰ্বাচনৰ পিছতেই উদ্বেগজনকভাৱে বাঢ়িছিল ক'ভিড সংক্ৰমণৰ ঘটনা।

◾পশ্চিমবংগত ৰাজ্যজুৰি সম্পূৰ্ণ লকডাউন ঘোষণা।

◾১৬ মেৰ পৰা দুই সপ্তাহৰ বাবে হ'ব এই লকডাউন।

◾আনকি মেট্ৰ'কে ধৰি সকলো সেৱা বন্ধ থাকিব এই সময়ছোৱাত।

◾কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালীনলসেৱাৰ ক্ষেত্ৰতহে অনুমতি থাকিব।

◾অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান পুৱা ৭ বজাৰ পৰা পুৱা ১০ বজালৈকে খোলা থাকিব।

◾১৬ মেৰ পুৱা ৬ বজাৰ পৰা ৩০ মেৰ সন্ধিয়া ৬ বজালৈকে কাৰ্যকৰী হ'ব এই নতুন নিষেধাজ্ঞা।

◾আজি পশ্চিমবংগৰ মুখ্য সচিব আলাপন বন্দোপাধ্যায়ে ঘোষণা কৰে এই নিৰ্দেশনা।

লগতে পঢ়কঃ তপতজুৰিৰ ট্ৰেজেডী