Logo
image

ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা

◾ৰাজ্য চৰকাৰৰ নতুন নীতি-নিৰ্দেশনা। 

◾দিনৰ ১১ বজাতেই দোকান-পোহাৰ, সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ।

◾ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰিছে এই নিৰ্দেশনাৱলী।

◾পূৰ্বৰ ২ বজাৰ পৰিৱৰ্তে দিনৰ ১২ বজাৰ পৰাই ৰাজ্যত সান্ধ্য-আইন জাৰি।

◾পুৱা ৫ বজালৈকে থাকিব সান্ধ্য আইন।

◾সমগ্ৰ ৰাজ্যজুৰি প্ৰযোজ্য হ'ব এই নিয়ম।

◾পূৰ্বৰ নিৰ্দেশনাত থকা বাহনৰ যুগ্ম-অযুগ্ম নীতিৰ লগতে অন্য নিয়মসমূহো একে থাকিব।

◾স্বাস্থ্য় সম্পৰ্কীয় জৰুৰী অৱস্থাত যিকোনো লোকৰ ক্ষেত্ৰত বাহনৰ যুগ্ম-অযুগ্ম নীতি প্ৰযোজ্য নহ'ব।

◾কাইলৈ অৰ্থ্যাৎ দেওবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিয়ম।