Logo
image

আন্তঃজিলা যাতায়াত বন্ধৰ সম্ভাৱনা!

◾ৰাজ্যত আন্তঃজিলা যাতায়াত বন্ধৰ সম্ভাৱনা।

◾আন্তঃজিলা যাতায়াত বন্ধৰ চিন্তা-চৰ্চা ৰাজ্য চৰকাৰৰ।

◾অতিশীঘ্ৰে কিছুদিনৰ বাবে আন্তঃজিলা যাতায়াত বন্ধৰ সিদ্ধান্ত ল'ব পাৰে ৰাজ্য চৰকাৰে।

◾সোমবাৰে ৰাজ্য চৰকাৰে এই সম্পৰ্কত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

◾স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে এই কথা।

◾বৰ্তমানেও অন্য জিলাত যিসকল লোক আছে সেই সকলৰ সুবিধা-অসুবিধাৰ চিন্তা-চৰ্চা কৰিহে সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে।

লগতে পঢ়কঃ কাৰ্ফুৰ সময় হ’ল৷ সূৰ্যস্নাতা নগৰীৰ আঁচলৰ শেষ ৰশ্মিকণো শুহি ল’লে ৰাতিৰ আকাশে; নিস্তব্ধ মৰণ নামে...