Logo
image

হাজাৰ হাজাৰ পদত ওলাইছে চাকৰি

ডিজিটেল ডেস্কঃ ৰাজ্যৰ নিবনুৱালৈ আহিছে ভাল খবৰ৷ কিয়নো চাকৰি ওলাইছে বনবিভাগত৷

বন বিভাগৰ খালী হৈ থকা ২,৬৪৯ পদৰ বাবে ওলাইছে বিজ্ঞাপন৷ 
ইয়াৰে ২৬৪টা ফৰেষ্টাৰ, ১,২২৬টা ফৰেষ্ট গাৰ্ড, ৯৮১টা কনিষ্টবল, ১৭৮টা ড্ৰাইভাৰ পদৰ বাবে প্ৰকাশ 
পাইছে বিজ্ঞাপন৷ 

ইচ্ছ্যুকসকলে অনলাইনযোগে কৰিব পাৰিব আবেদন৷ 

আবেদনৰ অন্তিম তাৰিখ ৬ ফেব্ৰুৱাৰী৷ শাৰীৰিক সক্ষতা আৰু লিখিত পৰীক্ষাৰ ভিত্তিত হ'ব নিযুক্তি৷

ইচ্ছ্যুকসকলে www.slprbassam.in ৱেবছাইতৰ জৰিয়তে কৰিব পাৰিব আবেদন৷