Logo
image

চানমাৰিত যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ডঃ দাওদাওকৈ জ্বলি উঠিল ৰে'লৰ দবা

মহানগৰীৰ চানমাৰিত চলন্ত ৰে'লত ভয়ংকৰ অগ্নিকাণ্ড৷ 

দাওদাওকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰে'লৰ দুটাকৈ দবা৷

চানমাৰীৰ উৰণ সেতুৰ সমীপত সংঘটিত হৈছে অগ্নিকাণ্ড৷

নামনিমুৱা যাত্ৰীবাহী ৰে'লত অগ্নিকাণ্ড৷

সৌভাগ্যক্ৰমে অগ্নিকাণ্ড সংঘটিত হোৱা দবাত নাছিল কোনো যাত্ৰী৷

অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷